মৃত্যু

 জীৱনৰ চৰম সত্য 'মৃত্যু'
বাস্তৱৰ কোলাহলৰ পৰা
বিচ্ছিন্ন কৰে
এটি আত্মাক মৃত্যুৰ
গভীৰ প্ৰশান্ততাই
মাটিৰ লগত মিলি যাব
ছাঁই হৈ উৰি যাব
থাকি যাব শ্মশানৰ 
কোনোবা একাষত
নাইবা বাৰীৰ চুকত
জ্বলি জ্বলি ভাগৰি পৰা
কাঠৰ কেইটুকুৰা মান খৰি |

ණ সঞ্জীৱ গগৈ

Comments

Popular posts from this blog

এজাক বৰষুণৰ সৈতে এটি বিষণ্ণ আবেলি

মোৰ পদূলিত জোনাক নামিছিল