এজাক বৰষুণৰ সৈতে এটি বিষণ্ণ আবেলি

                   




তোমাৰ ষ্প্‌শ পাবলৈ 
অধীৰ আগ্ৰ্হেৰে ৰৈ আছো
তুমি আহিবা বুলিয়ে অনুভূতিবোৰ প্ৰবল হৈছে
হিদয়খ্ন ভৰি পৰিছে
শুনিবলৈ পাইছো অপৰুপ স্ংগীতৰ সুৰ
‘তুমি আহিলে মোৰ সমস্ত পৃথীৱিত
তীব্ৰ জোকাৰণি উঠে
শব্দ হেৰাই
হেৰাই অভিমান
মাথো জাগি উঠে অনুৰাগ তোমাৰ বাবে’
তুমি আহিবা মই জানো
আনিবা কিছু সপোন, ভালপোৱা
আৰু আনিবা
কিছু যুক্তি
তুমি মোক কবা যে-‘জান তুমি সলনি হৈছা!!’
মইওতো ক’ব পাৰো ‘তুমিওতো সলনি হৈছা
আৰু সলনি কৰিছা সম্পকবোৰক!!’
জান বৰষুণ আহিব এতিয়া
দুইতাই তিতিম হা
গান গাম ,চিঁঞৰি চিঁঞৰি প্ৰ্কাশ কৰিম ভালপোৱা
‘তোমাৰ লগত থকা কাৰণে
বৰষুণ জাক ভাল লাগিছেনে
বৰষুণজাক দিয়াত কাষত
তোমাক পায় ভাল লাগিছে ??
আহ: মই নাজানো
এতিয় সমস্ত জীৱনৰ বাবে
তুমি মাথো এক উপলব্ধি মাথো
মোৰ গতানুগতিক জীৱনৰ
পৰৰ্ৱতক নহয় তুমি
মোৰ ভালপোৱাৰ আলাপৰ তুমি
উৎস হ’ব পাৰা
কিন্ত স্ংগী নহয়  
 কিছু কথা পাতিম গোপনে
চুব খুজিও থমকি ৰ’ম নীৰৱে
উচুপি কথা পাতিম
এজাক বৰষুণৰ সৈতে
বিষণ্ণ আবেলিত এবুকু ভালপোৱাৰে


Comments

Popular posts from this blog

মৃত্যু

মোৰ পদূলিত জোনাক নামিছিল