Posts

Showing posts from January, 2014

A BEAUTIFUL WAY OF LOOKING AT THINGS.

A Father was reading a magazine and his little daughter every now and then distracted him. To keep her busy, he tore one page on which was printed the map of the world. He tore it into pieces and asked her to go to her room and put them together to make the map again.He was sure she would take the whole day to get it done. But the little one came back within minutes with perfect map……When he asked how she could do it so quickly, she said, “Oh…. Dad, there is a man’s face on the other side of the paper….. I made the face perfect to get the map right." She ran outside to play leaving the father surprised.MORAL OF THE STORY:There is always the other side to whatever you experience in this world. Whenever we come across a challenge or a puzzling situation, look at the other side…. You will be surprised to see an easy way to tackle the problem. #collected

তুমি যিদিনা আঁতৰি গৈছিলা

Image
এৰি থৈ গৈছিলা তুমি মোক যিদিনা অন্তৰত বাজিছিল বিষাদৰ বীন মোৰ সিদিনা, কান্দিছিলো সিদিনা মই হিয়া ঢাকুৰি সমনীয়াই দিছিল সান্ত্বনা মোক বুকু উজাৰি । পাৰ হৈ গৈছিল একেলগে আমাৰ পাঁচোটি বসন্ত সেইয়েহে মন মোৰ আজিও অশান্ত, নাভাবো বুলিলেও স্মৃতিবোৰ আহি থাকে মনত এৰি গুচি যাম ঘৰ-বাৰী কেতিয়াবা কিবা খঙত । মৰিয়ে থাকিব লাগিছিল জানা মই সিদিনা যিদিনা তুমি মোক দিছিলা এবুকু যাতনা, ভাবিব নোৱাৰো জানা মই আনৰ কথা কাৰণ তোমাতে আছিলে মোৰ সকলো আশা । ফুল হৈ ফুলি মোৰ হিয়াত সুৱাস বিলাইছিলা আঁতৰি থাকি এতিয়া কাঁইট হৈ বিন্ধিলা, সুখৰ ৰাতিবোৰ জানা দুখৰ হৈ গ'ল তুমি দিয়া প্ৰতিশ্ৰুতিবোৰো জহি-খহি গ'ল । ফেচবুকত ষ্টেটাচ দিও ভাল নালাগে নাজানো কিয় বা, তুমি অনলাইন নাথাকিলে... আচলতে তুমি মোক ব্লকেই কৰিলা গম পালো সিদিনা যিদিনা তুমি মোক এৰিলা । হ'ব দিয়া পাৰিম মই থাকিব অকলে যদিওবা কান্দিম মই নিৰৱে-গোপনে... । ණ সঞ্জীৱ গগৈ

তুমি মোৰ দুখৰ ঋতুৰ সুখৰ মৰিচীকা

Image
তুমি নথকা বাবে সময়বোৰ নাযায় নোপোৱাই তিনিশ পইশষ্ঠি দিনৰ প্ৰতিটো পুৱা ,আবেলি  আৰু কলানিশাবোৰত এতিয়া মাথো নিগৰি আহে চকুপানী এতিয়া 'তুমি মোৰ দুখৰ ঋতুৰ সুখৰ মৰিচীকা ' মোৰ জীৱনলৈ আহিলা আনিলা কিছু ভালপোৱা গুচি গলা এজাক ধুমুহা হৈ তচনচ কৰি থৈ বহুত ৰঙীন গাথা

গাৱঁৰ বিহু বনাম টাওনৰ বিহু

Image
Bihu buli kole hadharonote akhn gaonr potisobi monoloi ahe.Deka-buha, horu lora suali, jiyori -buari pra aaromvo kri hokolure milapitir doolere palon kore bihu.Meji Joluwa, Hokolue loi hoi Urukar bhuj khuwa..Rati  Deka hokole soor kriboloi jua; ai hokolubur huwad gaont h pua jai.Kin2 hodabysto town homuho2 bivinno byktir posetat nogorbakhik bikhekoiu lora suali g ktiao gaon goi pua nai, bihur avakh dbloi kra poyakh hosai prokhongkhoniyo.Towno Homuhot Anusthit kora ei Bihu a Bahiror luk hokolukoku Bihur ek hundor avigyota d jai. শেষত সকলোলৈকে বিহুৰ শুভেচ্ছা যাঁচিলো |