Posts

Showing posts from March, 2014

এবুকু অনুভৱ

Image
শীতকালৰ এটি  সেমেকা আবেলি তুমি আহিছিলা এজাক শান্ত সমীৰণ হৈ  মোৰ বুকুৰ নীৰৱ কোঠালৈ পানীৰ সোতঁৰ দৰে  তুমি আহিলা আৰু গলা  থৈ গলা এক অবুজ শিহৰণ  শিহৰিত হয় মন মোৰ  তোমাৰ অনুভূতিৰে  তোমাৰ চিনাকি চিনাকি লগা  বেদনা ভৰা  সৌম্য মুখখনিত  লাগি ৰয় মোৰ হিয়া